Disneyland 1972 Love the old s
monisha
মোৰ ফেচবুক একাউণ্ট

poem

(((সৰু সৰু বস্তুবোৰত ভালপোৱা বোৰ লাগি থাকে))) মোৰ ৰং নাই বিচাৰিব জানিলে মোক পাবি তই আহতৰ কোমলীয়া কোমলীয়া পাতৰ সেউজীয়াত । ফাগুনৰ ৰঙীন ধূলিয়ে মোক আকোঁৱালী �লৈ যায় বহু দূৰ বহু দূৰ বহু দূৰ... বৰষুণৰ চেঁচা চেঁচা স্পৰ্শত বসন্তৰ মিঠা মিঠা সুবাসত ওলমি থাকে পুৱতি নিশাৰ কিছুমান সপোনৰ ছবি সেয়াই চাগৈ ভালপোৱাৰ আৰ�ম্ভণি... পুৰণি কাগজৰ ভাজে ভাজেও প্ৰেমৰ চিনাকি গোন্ধ শু�ই আছে তাতে ৰহণ সানে আবেগৰ দুটোপাল চকুলোৱে তই সুৰ দিবি সেই উচুপনিত সেই সুৰৰ প্ৰেমিকা হৈ কটাম এটা উজাগৰী নিশা কেৱল তোৰ প্ৰেমিকা হৈ....... মণীষা ঠেঙ্গাল
Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE

© মণিষা ঠেংগাল হাজৰিকা